আজি সংসদত দাখিল হ'ল ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে ২০২৫ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। অষ্টমবাৰৰ বাবে বাজেট দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ। এয়া মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। বাজেটত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।
কি কি আছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত?