Online Traders


DB STOCKৰ পিছত এইবাৰ AD STOCK
AD STOCKৰ নামত কোটি কোটি টকা আত্মসাৎ
গুৱাহাটীত কাৰ্যালয় খুলি ধনৰ বৃহৎ লেনদেন
চৰ্চাত আল্পনা দাস নামৰ এগৰাকী মহিলা
বহিঃৰাজ্যৰ লোকৰেও বৃহৎ ধনদনৰ লেনদেনৰ অভিযোগ
পূৰ্বে DB STOCKৰ মেনেজাৰ হিচাপে কাম কৰিছিল আল্পনাই
আল্পনাৰ সৈতে জড়িত আছিল কলকাতাৰ মৰ্মিতা চক্ৰৱৰ্তী
জড়িত আছিল সুভাষ দাস, মমতাজ বেগম
দিছপুৰ থানাত একেলগে ৫৬খন এজাহাৰ দাখিল ভুক্তভোগীৰ
৩ গুণ পৰ্যন্ত লাভ দিয়াৰ প্ৰলোভন দিছিল আল্পনাই
উৎসৱ-পাৰ্বণত অফাৰ দিছিল ১১ শতাংশ পৰ্যন্ত