CIDলৈ হস্তান্তৰ বিশাল ফুকন-চুমি বৰাৰ গোচৰ...

sumi borah

 

বিত্তীয় কেলেংকাৰীৰ বাবে SIT গঠন

১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

ৰাজ্যৰ ১৪ জিলাত অনলাইন ট্ৰেডিং সন্দৰ্ভত গোচৰ

মুঠ ২৮টা গোচৰ ৰুজু অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে

এইপৰ্যন্ত ৫৯ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

তদন্তত সহযোগ নকৰা ২২ জনৰ বিৰুদ্ধে লুক আউট ন’টিচ

DGP জি পি সিঙে জনালে এই তথ্য

Category