ট্ৰেডিঙৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া...

cm

 

RBIৰ অনুমতি থকা বিত্তীয় প্ৰতিষ্ঠানকহে বিনিয়োগ কৰিব লাগে

RBIৰ অনুমতি নথকা সকলো প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব

ৰাইজে আৰক্ষীক সহযোগ কৰক

কোনে ক’ত কিমান বিনিয়োগ কৰিছে আৰক্ষীক অৱগত কৰক

আৰক্ষীয়ে ভুক্তভোগীৰ ধন উদ্ধাৰৰ চেষ্টা কৰিব

এজনো দোষীও সাৰি নাযায়

আৰক্ষীয়ে ধন উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিব

CIDএ সমগ্ৰ বিষয়টো চোৱা-চিতা কৰি আছে : CM

প্ৰয়োজন হ’লে গঠন কৰা হ’ব SIT

Category