বিশাল-চুমি সম্পৰ্কৰ নতুন তথ্য...

assam

বিশাল-চুমি কাণ্ডৰ ন ন তথ্য পোহৰলৈ

চুমিক বিশালে উপহাৰ দিছিল ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি

জন্মদিনত উপহাৰ হিচাপে দিছিল ২ লাখ টকীয়া টেডী বীয়েৰ

জিমত নিযুক্তি দিছিল ব্যক্তিগত সহায়ক

জিম প্ৰশিক্ষকক মাহে দিছিল ৫০ হাজাৰকৈ টকা

বিয়াৰ পিছতে ডুবাই ভ্ৰমণলৈ গৈছিল চুমি

বুৰ্জ খলিফাত ৫৭ লাখ টকা ব্যয় কৰিছিল ৩ দিনত

ডুবাইৰ বজাৰত কৰিছিল ডেৰ কোটি টকাৰ বজাৰ

গুৱাহাটীৰ নাৰেংগীত বিশালৰ আছে ডেৰ কোটিটকীয়া ফ্লেট

গুৱাহাটীৰ তৰুণ নগৰত এটা ডুপ্লেক্স ফ্লেট

৭ কোটি টকা মূল্যৰ এই ডুপ্লেক্স ফ্লেট

মাতৃক উপহাৰ দিছিল ৩৩ লাখ টকীয়া বিলাসী বাহন

চুমি ডান্স একাডেমীৰ বাবদ ব্যয় কৰিছিল প্ৰায় ৩৩ লাখ টকা

টাইলছৰ নামত ব্যয় কৰিছিল ১০ লাখ টকা

বিশালৰ প্ৰৱঞ্চনাত জালত পৰিছিল প্ৰায় ১৫০০ লোক

Category