ক’ত পলাতক চুমি বৰা? তিনিদিনেও সন্ধান নাই চুমিৰ...

SUMI

 

এতিয়াও পলাতক বিশাল কাণ্ডৰ নায়িকা চুমি বৰা

চুমি বৰাৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য

স্বামী তাৰ্কিক বৰাৰ জৰিয়তে চুমিয়ে বিনিয়োগ কৰিছিল চেয়াৰ মাৰ্কেটত

উজনি অসমত কেইবাখনো চাহৰ বাহন ক্ৰয় কৰাৰ তথ্য আৰক্ষীৰ

পোহৰলৈ তাৰ্কিক বৰাৰ দীঘলীয়া সম্পত্তিৰ তালিকা

পেছাত ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী

উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং চিণ্ডিকেটত বৃহৎ ধন বিনিয়োগ

চুমি বৰাৰ মোবাইলৰ CALL HISTORYত নিৰীক্ষণ আৰক্ষীৰ

Category