নেপালত শেহতীয়াকৈ হোৱা ভয়ংকৰ জলপ্ৰলয় আৰু দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলা প্ৰশাসনৰ জিলা জৰুৰী সেৱা কেন্দ্ৰ মুকলি
ধুবুৰী জিলা প্ৰশাসনে জৰুৰীকালীন উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ বাবে কেইবাটাও জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি
ধুবুৰী জিলাৰ কোনো নাগৰিক যদি নেপালত গৈ আৱদ্ধ হৈ আছে সেই বিষয়েও ডিষ্ট্ৰিক্ট ইমাৰজেন্সি অপাৰেচনছ চেণ্টাৰ ৰ ম'বাইল আৰু লেণ্ড লাইন নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনোৱা হৈছে।
আনহাতে ভূমিকম্পকে ধৰি প্ৰাকৃতিক দুৰ্যোগৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি সেই বিষয়েও ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগে জিলা খনত ৰাইজৰ মাজত সজাগতা মূলক অভিযান অব্যাহত ৰাখিছে।
- Log in to post comments