Press Meet

মহানগৰীত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল
যিকোনো মূৰ্হূততে সৰ্বস্বান্ত হ’ব পাৰে আপুনি
চাইবাৰ অপৰাধ সন্দৰ্ভত সংবাদ মেল CP দিগন্ত বৰাৰ
‘বহু দুখীয়া যুৱক-যুৱতীক টাৰ্গেট কৰে চাইবাৰ অপৰাধীয়ে’
‘বেংকত একাউণ্ট খুলি দিয়া হয় বহু লোকক’
‘কিন্তু নতুন একাউণ্টৰ বেংক কিট লাভ নকৰে গ্ৰাহকে’
‘তেনে গ্ৰাহকৰ একাউণ্ট ব্যৱহাৰ হয় চাইবাৰ ক্ৰাইমত’
‘একাউণ্ট খুলি দিয়াৰ নামত এজেণ্টে পায় ৫০-৬০ হাজাৰ টকা’
সংবাদ মেলত আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ আহ্বান
‘নিজৰ নামত একাউণ্ট খুলি বেলেগক ব্যৱহাৰ কৰিবলৈ নিদিব’
‘চাইবাৰ একাউণ্টসমূহক কোৱা হয় মিউল একাউণ্ট বুলি’