আজি বৰ্ষাপাৰাত বিশ্বকাপৰ দ্বিতীয়খন ৱাৰ্মআপ মেচ, ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব টীম ইণ্ডিয়া......

india

আজি বৰ্ষাপাৰাত বিশ্বকাপৰ দ্বিতীয়খন ৱাৰ্মআপ মেচ
ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব টীম ইণ্ডিয়া
দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ
প্ৰিয় খেলুৱৈৰ খেল উপভোগ কৰিবলৈ উৎসুক অনুৰাগী
শুকুৰবাৰে প্ৰথমখন ৱাৰ্মআপ মেচত জয় বাংলাদেশৰ
শ্ৰীলংকাক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ
প্ৰথমে বেটিং কৰি বাংলাদেশক দিছিল ২৬৪ ৰানৰ লক্ষ্য
৪২ অ’ভাৰত ৩ উইকেট হেৰুৱাই লক্ষ্যত উপনীত বাংলাদেশ

Category
Profile picture for user UB Photos