অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰতিবাদ৷
বৃহৎ নদীবান্ধ বিৰোধী গণ মঞ্চৰ উদ্যোগত অসম আৰু অৰুণাচল প্ৰদেশৰ বহুসংখ্যক ডেৰ শতাধিক লোকে একত্ৰিত হৈ জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ৷
প্ৰতিবাদৰ জৰিয়তে নদীবান্ধৰ বিৰোধী নহয়, বৃহৎ নদীবান্ধৰ বিৰোধী বুলি উল্লেখ কৰি বৃহৎ নদীবান্ধৰ সলনি সৰু সৰু নদীবান্ধ নিৰ্মাণ কৰিবলৈ দাবী জনাই৷
সমান্তৰালভাৱে অৰুণাচল প্ৰদেশৰ আহি সাব্যস্ত কৰা প্ৰতিবাদৰ অৰুণাচল প্ৰদেশত চিয়াং নদীবান্ধৰ সকলোৱে বিৰোধিতা কৰিছে, গতিকে সেই নদীবান্ধ কেতিয়াও নহ’ব বুলি উল্লেখ কৰে৷