অসম চাহ নিগমৰ বাগিচাসমূহৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।
যোৰহাট জিলাৰ অসম চাহ নিগমৰ অধীনত থকা ৯ খন চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিকে চিনামৰাস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ।
শ্ৰমিকসকলৰ দাবী, বাগিচাৰ শ্ৰমিকসকলৰ বদলি কামচিট অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা, দৈনিক মজুৰী বৃদ্ধি, বাগিছাসমূহত চাহপুলি ৰোপনৰ ব্যৱস্থা, চিকিৎসাসেৱা উন্নীত কৰা, দৈনিক মজুৰীত কৰ্মৰত শিক্ষিত যুৱক-যুৱতীক পদোন্নতিৰ ব্যৱস্থাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীৰূপায়ন কৰে শ্ৰমিকসকলে।
Category
- Log in to post comments