Big Boss Winner

ৰাষ্ট্ৰীয়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টেলিভিচন জগত আটাতকৈ নাম থকা অনুষ্ঠান হৈছে BIGG BOSS। বৰ্তমান সময়ত BIGG BOSS বুলি ক'লেই সকলোৰে ভাইজান চলমান খানৰ নাম সাঙোৰ খাই পৰে। বিগত ১৫ বছৰ ধৰি BIGG BOSS host কৰি আহিছে চলমান খানে।

এইবাৰৰ ‘BIGG BOSS 17’ত বহু নামি-দামী অভিনেতা-অভিনেত্ৰীৰ লগতে, গায়ক, কমেডিয়ান আদি লোকে অংশ গ্ৰহণ কৰিছিল। তাৰ মাজৰ মুনাৱৰ ফাৰুকীয়ে ‘BIGG BOSS 17’ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।