দেওবাৰে অনুষ্ঠিত ‘BIGG BOSS 17’ৰ ফাইনেল! ‘BIGG BOSS 17’ৰ বিজয়ীৰ খিতাপ অৰ্জন মুনাৱৰ ফাৰুকীৰ..........

big boss

ৰাষ্ট্ৰীয়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টেলিভিচন জগত আটাতকৈ নাম থকা অনুষ্ঠান হৈছে BIGG BOSS। বৰ্তমান সময়ত BIGG BOSS বুলি ক'লেই সকলোৰে ভাইজান চলমান খানৰ নাম সাঙোৰ খাই পৰে। বিগত ১৫ বছৰ ধৰি BIGG BOSS host কৰি আহিছে চলমান খানে।

এইবাৰৰ ‘BIGG BOSS 17’ত বহু নামি-দামী অভিনেতা-অভিনেত্ৰীৰ লগতে, গায়ক, কমেডিয়ান আদি লোকে অংশ গ্ৰহণ কৰিছিল। তাৰ মাজৰ মুনাৱৰ ফাৰুকীয়ে ‘BIGG BOSS 17’ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

অৱশেষত, উৎকণ্ঠাৰ অন্ত পেলাই কালি অনুষ্ঠিত হ’ল ‘BIGG BOSS 17’ৰ ফাইনেল। মুনাৱৰ ফাৰুকীলৈ ‘BIGG BOSS 17’ৰ বিজয়ৰ খিতাপ। শ্বায়েৰীৰে দৰ্শকৰ হৃদয় জিনিলে ষ্টেণ্ডআপ কমেডিয়ান মুনাৱৰ ফাৰুকীয়ে। মুনাৱৰৰ জন্মভূমি ডংৰীলৈ গ’ল ‘BIGG BOSS’ৰ ট্ৰফী। কংকনা ৰানাৱটৰ ‘লকআপ ছিজন–১ৰো বিজয়ী আছিল মুনাৱৰ।  

লগতে প্ৰথম ৰাণাৰআপ হিচাপে মুনাৱৰ ফাৰুকীৰ লগত একেখন মঞ্চত থিয় দিছিল তেওঁৰ বীগ বছ হাউচৰ বন্ধু অভিষেক কুমাৰে। 

Category
Profile picture for user UB Photos