Education

দেশৰ ২০খন CBSE শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল
CBSEএ বাতিল কৰিলে স্বীকৃতি
তালিকাত আছে অসমৰ শিক্ষানুষ্ঠানৰো নাম
বাতিল গুৱাহাটীৰ SAI RNS একাডেমীৰ স্বীকৃতি
বৰপেটাৰ শ্ৰীৰাম একাডেমীৰো স্বীকৃতি অৱনমিত
মহাৰাষ্ট্ৰ, ৰাজস্থান, ছত্তীশগড়ৰ শিক্ষানুষ্ঠানো আছে তালিকাত
তালিকাত মধ্যপ্ৰদেশ, কেৰালা, উত্তৰাখণ্ড, দিল্লীৰ শিক্ষানুষ্ঠান
ছাত্ৰ-ছাত্ৰী সন্দৰ্ভত ভুৱা তথ্য দাখিল কৰিছিল শিক্ষানুষ্ঠানসমূহে
শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে CBSEৰ বিধি উলংঘা কৰাৰ অভিযোগ