হাইমাদ্ৰাছাত শীৰ্ষ তিনি স্থান দখল ৫ শিক্ষাৰ্থীৰ

madrassa results

◾ হাইমাদ্ৰাছাত শীৰ্ষ তিনি স্থান দখল ৫ শিক্ষাৰ্থীৰ

◾ হাইমাদ্ৰাছাত প্ৰথম স্থান দখল মুফাছিৰ অল হাছানৰ

◾ শোণিতপুৰৰ আল কাওছাৰ মডেল একাডেমীৰ ছাত্ৰ

◾ ৫৫৬ নম্বৰেৰে শীৰ্ষত মুফাছিৰ অল হাছান

◾ দ্বিতীয় স্থান দখল বৰপেটাৰ ছাদিকা আহমেদৰ

◾ ধাকুৱা হাইমাদ্ৰাছাৰ ছাদিকাই লাভ কৰিছে ৫৫০ নম্বৰ

◾ দ্বিতীয় স্থান দখল বঙাইগাঁৱৰ মোস্তাক আহমেদৰ

◾ পিৰাধৰা হাইমাদ্ৰাছাৰ মোস্তাকৰ লাভ ৫৫০ নম্বৰ

◾ তৃতীয় স্থান দখল লখিমপুৰৰ শ্বাহনাজ পাৰবিন

◾ দৌলৎপুৰৰ শ্বাহনাজে লাভ কৰিছে ৫৪৯ নম্বৰ

◾ তৃতীয় স্থান দখল নগাঁৱৰ ইৰ্শ্বাদুল্লাহৰ

◾ ছাত্ৰ ইৰ্শ্বাদুল্লাহই লাভ কৰিছে ৫৪৯ নম্বৰ

Category
Profile picture for user UB Photos