Maa Durga

আজি বিজয়া দশমী
ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আজি বিসৰ্জন
মৰ্ত্যৰ পৰা সৰগলৈ মা মহিষমৰ্দিনী
মৰ্ত্যবাসীক আশীষ দি উভতিল মা দুৰ্গা
প্ৰতিমা বিসৰ্জনৰ পূৰ্বে সেন্দুৰ খেলা পৰ্ব
অশ্ৰুসিক্ত নয়নেৰে মাক বিদায় ভক্তগণৰ
ঠায়ে ঠায়ে আয়োজন ৰাৱণ দাহন কাৰ্যসূচী
মহানগৰীতো বিজয়া দশমীৰ বিশেষ কাৰ্যসূচী
মহানগৰীৰ ৮ টা ঘাটত প্ৰতিমা বিসৰ্জন
কাছমাৰী, পাণ্ডুঘাটত প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া