Healthy Tips

শৰীৰটো সুস্থ কেনেকৈ ৰাখিব? এটা নিৰোগী দেহৰ উত্তৰাধিকাৰী হ’বলৈ আপোনাৰ মন যায় নে? সুস্থশৰীৰ বাবে কি কি জনাৰ প্ৰয়োজন?

১) শাৰীৰিক পৰিশ্ৰম নিতৌ নিয়মীয়াকৈ কৰিব। খোজকঢ়া, ব্যায়াম কৰা, চাইকেল, খেলাধূলা কৰা আদি কামৰ যোগেদি শাৰীৰিক পৰিশ্ৰম কৰিব পাৰি। এইবিলাক কাম-কাজ নিয়মীয়াকৈ কৰি থাকিলে আমাৰ অগ্নাশয়টো সক্ৰিয় হৈ ভালে থাকে।

২) উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ কাৰণে কেঁচা নহৰু ৪/৫ ফোটাকৈ আহাৰৰ লগত নিয়মীয়াকৈ খাব পাৰে আপুনি। কেঁচা নহৰুৱে অগ্নাশয় সুস্থ কৰি ৰাখে ।

৩) নেমু জাতীয় ফল আৰু তেতেলী টেঙাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰিব পাৰে।