উত্তৰ-পূৰ্বাঞ্চলত সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি কৰে বন্ধন বেংকে UB Photos November 02 / 2022 এম.এছ.এম.ই. আৰু ব্যৱসায়ীসকলৰ বাবে নগদ ব্যৱস্থাপনাত সহায় কৰিবলৈ গুৱাহাটীত কাৰেন্সি চেষ্ট। বেংকে বিত্তীয় বৰ্ষ 2022-23 ত সমগ্ৰ দেশত 551 টা নতুন শাখা খুলিব, যাৰ ভিতৰত অসমত খুলিব 20 টা শাখা। Tags UB Photos UB News Bandhan Bank inaugurated Currency Chest Assam Banking Micro-Finance Read more about উত্তৰ-পূৰ্বাঞ্চলত সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি কৰে বন্ধন বেংকেLog in to post comments