Currency Chest

এম.এছ.এম.ই. আৰু ব্যৱসায়ীসকলৰ বাবে নগদ ব্যৱস্থাপনাত সহায় কৰিবলৈ গুৱাহাটীত কাৰেন্সি চেষ্ট। বেংকে বিত্তীয় বৰ্ষ 2022-23 ত সমগ্ৰ দেশত 551 টা নতুন শাখা খুলিব, যাৰ ভিতৰত অসমত খুলিব  20 টা শাখা।