গৃহভূমিত উপস্থিত টীম ইণ্ডিয়া, বিশ্বকাপ বিজয়ী খেলুৱৈক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ.....

team india

গৃহভূমিত উপস্থিত টীম ইণ্ডিয়া
বিশ্বকাপ জয় কৰি ভাৰতত ৰোহিত বাহিনী
এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে ভাৰতলৈ মেন ইন ব্লু
সুদীৰ্ঘ ১৩ বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিল বিশ্বকাপ
পুৱাই দিল্লী বিমানবন্দৰত উপস্থিত ৰোহিত বাহিনী
দিল্লীত উষ্ম আদৰণি জনোৱা হয় দলটোক
প্ৰধানমন্ত্ৰীক সাক্ষাৎ বিশ্ববিজয়ী টীম ইণ্ডিয়াৰ
বিশ্বকাপ বিজয়ী খেলুৱৈক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছত মুম্বাইলৈ যাব দলটো
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামলৈ নিয়া হ’ব বিশ্বকাপ
বাংখেড়ে ষ্টেডিয়াত অনুষ্ঠিত হ’ব বিশেষ অনুষ্ঠান
ৰোহিত শৰ্মাই BCCIৰ সম্পাদক জয় শ্বাহক অৰ্পণ কৰিব বিশ্বকাপ
বিয়লি ৫ বজাত দলটো উপস্থিত হ’ব মেৰিন ড্ৰাইভত
৫ বজাৰ পৰা বাংখেড়ে ষ্টেডিয়ামলৈ ভিক্টৰী পেৰেড

Category