আকৌ এবাৰ পোহৰলৈ আহিছে আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ । মুখ্যমন্ত্ৰী, ডিজিপি লৈ কেৰেপ নকৰা এজন আৰক্ষী বিষয়া। বাৰে বাৰে কনিষ্ঠ আৰক্ষীক নিৰ্মমভাৱে প্ৰহাৰ কৰিও সাৰি যায় এইজন আৰক্ষী বিষয়া ।

এইবাৰ ঢকুৱাখনা সদৰ থানাৰ OC উৎপল বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে গুণ্ডাগিৰিৰ অভিযোগ। ভুক্তভোগী আৰক্ষী কনিষ্টবল কমল বৈশ্যক নিৰ্মমভাৱে প্ৰহাৰ কৰে OC উৎপল বৰাই ।