ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ দুটাকৈ সোণৰ পদক লাভ
অসমৰ নাম উজলালে দুই বক্সাৰ অংকুশিতা বড়ো আৰু লাভলীনা বৰগোহাঁয়ে
প্ৰথমটো সোণৰ পদক লাভ অংকুশিতা বড়োৰ
বক্সিঙত অংকুশিতা বড়োৱে লাভ কৰিলে সোণৰ পদক
অংকুশিতাই গৃহভূমিতে পৰাস্ত কৰে কাজলক
আনহাতে, দ্বিতীয়টো সোণৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ
বক্সিঙত সোণৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ
গেমছৰ একাদশ দিনা অসমে লাভ কৰিলে দুটাকৈ স্বৰ্ণ পদক
শিৱ থাপাই লাভ কৰে ৰূপৰ পদক
ফাইনেলত চাৰ্ভিচেজৰ ভাংশাজৰ হাতত পৰাজিত হয় শিৱ থাপা
একেদৰে ৰূপতে ক্ষান্ত থাকিবলগীয়া হ’ব অভিনৱ শইকীয়া।
- Today is: