গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা বৰগোহাঁইৰ স্বৰ্ণ লাভ

Lovlina Borgohain

গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ স্বৰ্ণপদক লাভ।

ফাইনেলত হাৰিয়ানাৰ ছুইটীক ৫-০ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই। লাভলীনাৰ স্বৰ্ণপদকেৰে এতিয়ালৈকে অসমৰ স্বৰ্ণপদকৰ সংখ্যা হ’ল ৯টা। ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ১৪ নম্বৰ স্থান লাভ অসমৰ। ৯টা স্বৰ্ণ, ১০টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদকেৰে ১৪সংখ্যক স্থানত অসম।

Category
Profile picture for user UB Photos