মাজত মাত্ৰ কেইটামান ঘণ্টা, কাইলৈ চীনৰ হংঝৌত অনুষ্ঠিত হ’ব এছিয়ান গেমছ-২০২৩.....

Asian Games

মাজত মাত্ৰ কেইটামান ঘণ্টা

কাইলৈ চীনৰ হংঝৌত অনুষ্ঠিত হ’ব এছিয়ান গেমছ-২০২৩

এইবাৰৰ এছিয়ান গেমছত ভাৰতৰ মুঠ ৬৫৫ খেলুৱৈৰ অংশগ্ৰহণ

৩৯টা বিভিন্ন ক্ৰীড়াত অংশ ল’ব এইসকল খেলুৱৈয়ে

ভাৰতীয় এথলীটকছৰ ৬৮জনীয়া দলত ৩৫জন পুৰুষ, ৩৩গৰাকী মহিলা

প্ৰথমবাৰৰ বাবে অসমৰ অভিলেখসংখ্যক ৭গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

অসমৰ শিৱ থাপা, লাভলীনা বৰগোহাঁই, অম্লান বৰগোহাঁই, শিৱাংগী শৰ্মা

উমা চেত্ৰী, প্ৰিয়া দেৱী আৰু অস্মিতা চলিহাই অংশ ল’ব এছিয়ান গেমছত
 

Category