Assam Education

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণা
এইবাৰ এটাও শাখাত নাই স্থানৰ ব্যৱস্থা
নতুন শিক্ষানীতিৰে প্ৰকাশ পালে ফলাফল
ছাত্ৰ-ছাত্ৰীয়ে CODE অনুসৰি চাব পাৰিব ফলাফল
কলা শাখাত প্ৰথম স্থানত বাক্সা
বাক্সাত উত্তীৰ্ণৰ হাৰ ৯৭.৪৪%
বিজ্ঞান শাখাত প্ৰথম স্থানত বজালী
বজালীত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৩.৯৮%
বাণিজ্য শাখাতো প্ৰথম স্থানত শিৱসাগৰ
শিৱসাগৰত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৭.৪২%
বাণিজ্য শাখাৰ দ্বিতীয় স্থানত বজালী
বজালী জিলাত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৬.৯১%