কাইলৈ ঘোষণা হ’ব HSLC, AHM পৰীক্ষাৰ ফলাফল, কেনেদৰে চাব পাৰিব ফলাফল?

Exam Results

HSLC RESULT:-

 

◼ কাইলৈ ঘোষণা হ’ব HSLC, AHM পৰীক্ষাৰ ফলাফল

◼ পুৱা ৯ বজাত প্ৰকাশ পাব ফলাফল

◼ ফলাফলৰ বাবে ১৪টা ৱেবচাইট মুকলি ছেবাৰ

◼ ৱেবচাইটকেইটা ক্ৰমে-
📌results.sebaonline.org
📌Resultsassam.nic.in
📌www.indiaresults.com
📌www.results.shiksha
📌www.assam.shiksha
📌www.assamonline.in
📌exametc.com
📌www.schools9.com
📌https://iresults.net
📌assamjobalerts.com
📌assamresult.in
📌necareer.com
📌www.jagranjosh.com
📌www.vidyavision.com

 

◼ HSLCত অৱতীৰ্ণ হৈছিল ৪,৩১,১৩২গৰাকী পৰীক্ষাৰ্থী

◼ ৪০% সংকুচিত পাঠ্যক্ৰমেৰে অনুষ্ঠিত হৈছিল পৰীক্ষা

◼ এইবাৰৰ ফলাফলত অন্তিমবাৰৰ বাবে থাকিব শীৰ্ষ ১০স্থান

Category
Profile picture for user UB Photos