আজিৰে পৰা HSLC, হাইমাদ্ৰাছা পৰীক্ষা! CCTVৰ নিৰীক্ষণত অনুষ্ঠিত হ’ব পৰীক্ষা

seba

◾আজিৰে পৰা HSLC, হাইমাদ্ৰাছা পৰীক্ষা

◾সাজু হৈ উঠিছে প্ৰতিটো পৰীক্ষা কেন্দ্ৰ

◾কটকটীয়া কৰা হৈছে নিৰাপত্তা

◾CCTVৰ নিৰীক্ষণত অনুষ্ঠিত হ’ব পৰীক্ষা

◾অৱতীৰ্ণ হ’ব ৪ লাখ ২১ হাজাৰ ৮৯৩জন পৰীক্ষাৰ্থী

◾ইয়াৰে ২ লাখ ২৪ হাজাৰ ৫২৫গৰাকী ছাত্ৰী

◾ছাত্ৰৰ সংখ্যা ১ লাখ ৯৬ হাজাৰ ৬৮জন

◾৯০৩টা কেন্দ্ৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

◾হাইমাদ্ৰাছা পৰীক্ষাত ৭,০৮৯ গৰাকী ছাত্ৰী

◾হাইমাদ্ৰাছা পৰীক্ষাত ছাত্ৰৰ সংখ্যা ৪,২১৮ জন

◾এইবাৰো থাকিব শীৰ্ষ ১০টা স্থান

Category
Profile picture for user UB Photos