
১ অক্টোবৰৰ পৰা HSLC আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা।
মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰিলে পৰীক্ষাৰ সূচী।
১ অক্টোবৰত প্ৰথম পৰীক্ষা ইংৰাজীৰ।
১১ অক্টোবৰলৈকে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।
বিশেষ পৰীক্ষাৰ বাবে আৱেদন কৰা সকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব।
ক'ভিডৰ বাবে চলিত বৰ্ষত অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা।
ফলাফলত অসন্তুষ্টসকলৰ বাবে ব্যৱস্থা কৰা হৈছিল বিশেষ পৰীক্ষাৰ।
Category
- Log in to post comments