মাজুলীবাসীক লৈ ইমান নিকৃষ্ট ৰাজনীতি কাৰ?
কেৱল নিৰ্বাচনী টোপেই হ’ল নেকি যোৰহাট-মাজুলী সংযোগী দলং?
অনিৰ্দিষ্টকাললৈ বন্ধ যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য
টালি-টোপোলা বান্ধি ঘৰলৈ উভতিল শতাধিক শ্ৰমিক। যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ চূড়ান্ত পৰিণতি। প্ৰায় তিনিমাহ ধৰা এই আভ্যন্তৰীণ কন্দলৰ এতিয়া যেন বহিঃপ্ৰকাশ ঘটিল। ৯২৫ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই দলংৰ ৭১টা খুটাৰ ভিতৰত ২২টা খুঁটাৰ কাম কৰিয়েই তালি–টোপোলা বান্ধি গুচি গ’ল শ্ৰমিক।
- Read more about মাজুলীবাসীক লৈ ইমান নিকৃষ্ট ৰাজনীতি কাৰ?....
- Log in to post comments