১ ফেব্ৰুৱাৰীত MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট....

nirmala sitharaman


বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২৫-২৬ বৰ্ষৰ বাজেট
বাজেটক লৈ দেশৰ উদ্যোগ খণ্ড আৰু অৰ্থনীতিবিদৰ ব্যাপক চৰ্চা
বাজেটত গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনাক লৈ সৰৱ চৰ্চা 
হ্ৰাস হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত আবকাৰী কৰ
হ্ৰাস হোৱাৰ সম্ভাৱনা ইলেক’ট্ৰনিক উপকৰণৰ ওপৰত প্ৰযোজ্য শুল্ক
বৃদ্ধি পাব পাৰে সোণ-ৰূপৰ ওপৰত আমদানি শুল্কও
আগন্তুক বিত্তীয় বৰ্ষত সলনি হ’ব পাৰে আয়কৰ ব্যৱস্থা
বৃদ্ধি হ’ব পাৰে PM কিষাণ সন্মান নিধিৰ অনুদান
বৃদ্ধি হ’ব পাৰে আয়ুষ্মান ভাৰত যোজনাৰ পৰিসৰ
স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে ১০% বাজেট বৃদ্ধিৰ সম্ভাৱনা
গৃহ ঋণৰ ক্ষেত্ৰতো ৫ লাখপৰ্যন্ত কৰ ৰেহাই ব্যৱস্থা ঘোষণাৰ সম্ভাৱনা!
 

Category