মাজুলীত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ে....

cmo assam

মাজুলীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
মাজুলীৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে
বানবিধ্বস্ত এলেকা পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
পৰিদৰ্শন বেচামাৰী-হালধিবাৰী মথাউৰি
কমলাবাৰী-গোৱালগাঁৱৰ ছিগা মথাউৰি পৰিদৰ্শন
মুখ্যমন্ত্ৰীৰ সৈতে কেইবাজনো কেবিনেট মন্ত্ৰী
সাক্ষাৎ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
ক্ষতিগ্ৰস্তক শীঘ্ৰে পুনৰ সংস্থাপনৰ আশ্বাস
পৰ্যাপ্ত সাহায্যৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰশাসনক

Category