মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
লোকসেৱা ভৱনত সম্বোধন সংবাদমেল
‘ৰাজ্যৰ অৰ্থনীতিত জমা বৃদ্ধি পাইছে’
‘৩ বছৰত ৩০ শতাংশ বৃদ্ধি পাইছে জমা ধন’
‘নিবনুৱা সমস্যা ৬.১ শতাংশলৈ হ্ৰাস পাইছে’
‘ক’লাধন হ্ৰাস পাইছে ৰাজ্যত’
‘দেশৰ ৫ ৰাজ্যৰ ভিতৰত আছে অসমৰ নাম’
‘২০২৩-২৪ত ভিতৰত অসমৰ এই বিকাশ’
‘অসমৰ অৰ্থনীতি ১৩.৯ শতাংশ বৃদ্ধি’
’২৪ বৰ্ষত ২ লাখ ২৪ হাজাৰ কোটি টকা জমা বেংকত’
অসমৰ বান সমস্যা সন্দৰ্ভত বিত্তমন্ত্ৰীৰ প্ৰসংগ
‘বহিঃৰাজ্যৰ পানীৰ বাবে সমস্যাত ভুগিবলগীয়া হৈছে ৰাজ্যই’
‘৪,৮০০ কোটি টকা বানপানীৰ বাবে দিছে কেন্দ্ৰই’
- Today is: