কাইলৈৰ পৰা অষ্টাদশ লোকসভাৰ অধিৱেশন...

modi

শপত ল’ব নৱ-নিৰ্বাচিত সাংসদসকলে

২৬ জুনত হ’ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন

প্ৰ’টেম অধ্যক্ষ নিযুক্তি ভৰ্তৃহৰি মাহতাৱক

প্ৰ’টেম অধ্যক্ষ হিচাপে মেহতাৱে চলাব সদনৰ কাম-কাজ

ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ’ব অধিৱেশন

ৰাষ্ট্ৰপতিৰ ভাষণক লৈ বিতৰ্কৰ সম্ভাৱনা

প্ৰথম দিনাই NEET-NETৰ কেলেংকাৰিক লৈ উত্তাল হোৱাৰ সম্ভাৱনা

Category