ম’বাইল মেলা! এদিনৰ বাবে বৰ্ধিত CPৰ কাৰ্যালয়ত ম’বাইলৰ মেলা....

dgp gp singh

আৰক্ষীৰ ম’বাইল মেলা। এদিনৰ বাবে বৰ্ধিত CPৰ কাৰ্যালয়ত ম’বাইলৰ মেলা। আজিও থাকিব উদ্ধাৰ কৰা ম’বাইলৰ প্ৰদৰ্শনী। হেৰুওৱা ম’বাইল ঘূৰাই দিলে গুৱাহাটী আৰক্ষীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত ৩৫গৰাকীয়ে ঘূৰাই পালে ম’বাইল। উপযুক্ত প্ৰমাণ দি ম’বাইল লাভ কৰিলে প্ৰকৃত গৰাকীয়ে। হেৰুওৱা ম’বাইল লাভ কৰি কৃতজ্ঞ সাধাৰণ নাগৰিক।

৬৫০টা চুৰি ম’বাইল উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। বিভিন্ন থানাই উদ্ধাৰ কৰিছিল ম’বাইলসমূহ।

Category