শক্তিপীঠ লৈ ভাবুকি! যিকোনো মূহুৰ্ততে শুকাব পাৰে যোনীপীঠৰ জলধাৰা...

kamakhya

শক্তিপীঠ কামাখ্যালৈ ভাবুকি
কামাখ্যাৰ কৰিড’ৰে বিধ্বস্ত কৰিব পাৰে ‘ইক’ চিষ্টেম’
উচ্চ ন্যায়ালয়ত লেখ আবেদনৰ শুনানি গ্ৰহণ
ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিভাগলৈ জাননী জাৰি
আশংকা কৰা হৈছে শুকাব পাৰো যোনীপীঠৰ জলধাৰা!
কামাখ্যাৰ লগতে সমীপৰ মন্দিৰৰো হ’ব পাৰে বৃহৎ ক্ষতি
কৰিড’ৰ নিৰ্মাণ প্ৰতিষ্ঠানকো জাননী উচ্চ ন্যায়ালয়ৰ
৩ জুনৰ পূৰ্বে কৈফিয়ৎ তলৱ উচ্চ ন্যায়ালয়ৰ
আবেদন দাখিল কামাখ্যা দলৈ সমাজৰ নৱজ্যোতি শৰ্মাৰ

Category