পুনৰ বিতৰ্কত দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, আৰক্ষীৰ জালত পৰিল বিবেক মণ্ডল নামৰ দালালটো.....

ghy

পুনৰ বিতৰ্কত দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়
EWS চাৰ্টিফিকেটৰ জালিয়াতিত একাংশ দালাল
আৰক্ষীৰ জালত পৰিল বিবেক মণ্ডল নামৰ দালালটো
বিতু পোড্ডাৰৰ পৰা বিবেকে লৈছিল ৮০০ টকা
EWS চাৰ্টিফিকেট বনোৱাৰ নামত লৈছিল ধন
বিতু পোড্ডাৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক
দালালৰ কৱলত পৰি চৰকাৰী চাকৰি হেৰুৱালে বিতুৱে
সমগ্ৰ জালিয়াতি সন্দৰ্ভত থানাত বিতুৱে দাখিল কৰিছিল এজাহাৰ
শুকুৰবাৰে বশিষ্ঠ থানাত বিবেকৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ
দালাল চক্ৰটোত বহু লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
বিবেকৰ সহযোগীক বিচাৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ

Category