১ ফেব্ৰুৱাৰীত সংসদত দাখিল হ’ব বাজেট, নৰেন্দ্ৰ মোদী চৰকাৰৰ ২য় কাৰ্যকালৰ অন্তিম বাজেট..........

Budget

সংসদত অন্তৰ্ৱতীকালীন বাজেট
১ ফেব্ৰুৱাৰীত সংসদত দাখিব হ’ব বাজেট
নৰেন্দ্ৰ মোদী চৰকাৰৰ ২য় কাৰ্যকালৰ অন্তিম বাজেট
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট
পূৰ্ণাংগ বাজেট দাখিল হ’ব জুলাই মাহত
আজি সংসদত সৰ্বদলীয় বৈঠক
পৰ্যটন খণ্ডত লোৱা হ’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত
স্বাস্থ্যখণ্ডতো বৃদ্ধি পাব বাজেটত নিৰ্ধাৰিত পূঁজি
অট’মোবাইলচ খণ্ডত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
PM কৃষক আঁচনিত নিৰ্ধাৰিত ধনৰ বৃদ্ধিৰ সম্ভাৱনা
 

Category

Related Articles