Electroral Bond

ইলেক্ট’ৰেল ব’ণ্ডৰ নতুন তথ্য প্ৰকাশ
দেওবাৰে নিৰ্বাচনী আয়োগৰ ৱেৱচাইটত সৱিশেষ তথ্য আপলোড
প্ৰকাশ হ’ল নিৰ্বাচনী ব’ণ্ডৰ টকা পোৱা ৰাজনৈতিক দলৰ নাম
বিজেপি সৰ্বাধিক ৬,৯৮৬.৫ কোটি টকা লাভ কৰে
তৃণমূল কংগ্ৰেছে লাভ কৰে ১,৩৯৭ কোটি
বিজেপিৰ পাছত সৰ্বাধিক ছান্দা পোৱা দল হৈছে তৃণমূল কংগ্ৰেছ
কংগ্ৰেছে পাইছিল ১,৩৩৪ কোটি টকা
তেলেংগানাৰ ‘ভাৰত ৰাষ্ট্ৰ সমিতি’য়ে লাভ কৰে ১,৩২২ কোটি
DMKয়ে লাভ কৰে ৬৫৬.৫ কোটি
সমাজবাদী পাৰ্টীয়ে ১৪.৫ কোটি
আকালি দলে ৭.২৬ কোটি
AIADMKয়ে লাভ কৰে ৬.৫ কোটি
ওড়িশাৰ বিজু জনতা দলে লাভ কৰে ৯৪৪.৫ কোটি