নিৰ্বাচনী বণ্ড.....

SBI

 

নিৰ্বাচনী আয়োগে ৰাজহুৱা কৰিলে নিৰ্বাচনী বণ্ডৰ তথ্য
SBIএ দাখিল কৰা তথ্য ৰাজহুৱা কৰিলে ৱেবছাইটত
১ হাজাৰ টকাৰ পৰা ১ কোটি টকাৰ বণ্ডৰ তথ্য ৰাজহুৱা
৩৩৭, ৪২৬ পৃষ্ঠাৰ দুখন তালিকাত ২২,২১৭ বণ্ডৰ ধন লাভৰ তথ্য
বিভিন্ন কোম্পানীয়ে ৰাজনৈতিক দলক দিলে ১,৩৬৮ কোটি
বণ্ডযোগে পুঁজি সংগ্ৰহৰ তালিকাত ৬,০৬০ কোটিৰে শীৰ্ষত BJP
১,৬০৯ কোটিৰে ২য় স্থানত তৃণমূল কংগ্ৰেছ
১,৪২১ কোটিৰে তৃতীয় স্থানত কংগ্ৰেছ
উচ্চতম ন্যায়ালয়ে তথ্য দাখিলৰ নিৰ্দেশ দিছিল SBIক
SBIএ দিয়া তথ্য ৰাজহুৱা কৰাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগক
SCএ ধাৰ্য কৰা সময়সীমাৰ এদিন পূৰ্বে তথ্য দাখিল SBIৰ
১৫ মাৰ্চৰ বিয়লি ৫ বজাৰ পূৰ্বে দিছিল দাখিল কৰাৰ নিৰ্দেশ
 

Category
Profile picture for user UB Photos