ED Summons

উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন অৰবিন্দ কেজৰিৱাল
EDৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান সৰ্বোচ্চ ন্যায়ালয়ত
উচ্চ ন্যায়ালয়ে সকাহ নিদিয়াত সৰ্বোচ্চ ন্যায়ালয়ত কেজৰিৱাল
মঙলবাৰে কেজৰিৱালৰ আবেদন অগ্ৰাহ্য কৰিছিল উচ্চ ন্যায়ালয়ে
সম্প্ৰতি ন্যায়িক জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰী
১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব কেজৰিৱাল
নিম্ন আদালততো দ্বিতীয়বাৰ মুখথেকেচা কেজৰিৱালৰ
অধিবক্তাক সাক্ষাৎ কৰাৰ অতিৰিক্ত সময় নিদিলে কেজৰিৱালক
কেজৰিৱালে বিচাৰিছিল সপ্তাহত ৫ বাৰ সাক্ষাতৰ অনুমতি
নিম্ন আদালতে দিলে সপ্তাহত দুবাৰ অধিবক্তাক সাক্ষাতৰ অনুমতি