LK Advani

ঘোষিত হৈছে দেশৰ সৰ্বোচ্চ সন্মান
লালকৃষ্ণ আদৱানিলৈ ভাৰতৰত্ন বঁটা
বৰ্ষীয়ান বিজেপি নেতাগৰাকীলৈ আগবঢ়োৱা হৈছে সন্মান
সামাজিক মাধ্যমত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ
‘সমসাময়িক সময়ৰ এগৰাকী বিখ্যাত জননায়ক আদৱানি’
‘ভাৰতৰ উন্নয়নত আদৱানিৰ আছে উল্লেখযোগ্য অৱদান’
দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আছিল লালকৃষ্ণ আদৱানি
কেন্দ্ৰীয় গৃহমন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীও আছিল আদৱানি
সামাজিক মাধ্যমত আদৱানিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ