ADCP

APSC কেলেংকাৰী! APSCত বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ। সোমবাৰে SITয়ে গ্ৰেপ্তাৰ কৰিলে ADCP সুকন্যা দাসক। ৬খন বহীৰ সলনি বিষয়াগৰাকীৰ আছে ৪খন বহী । ২খন উত্তৰ বহী ভুৱা APS গৰাকীৰ।

উল্লেখ্য যে, APSC কেলেংকাৰীত কেইবাগৰাকী বিষয়াৰ নাম সাঙোৰ খাইছে। কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰাকেশ দাস নামৰ ACS বিষয়াগৰাকী। বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ এচিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে। আনে লিখা উত্তৰবহীৰে চাকৰিত উত্তীৰ্ণ হৈছিল দাস।