অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। আজি সদনত উত্থাপিত হ’ল ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাজেটত…
◼️ৰাজ্যৰ ১ লাভ নিবনুৱাক নিযুক্তি প্রদানত প্রতিশ্রুতিবদ্ধ চৰকাৰ
◼️ইতিমধ্যে প্রত্যক্ষ নিয়োগ আয়োগ প্রণয়ন
◼️৩১ মাৰ্চৰ পূৰ্বে পদসমূহ পূৰণৰ বিজ্ঞাপন প্রকাশ কৰিব আয়োগে
◼️তৃতীয়, চতুৰ্থ শ্রেণীৰ পদৰ বাবে অনুষ্ঠিত হ’ব নিয়োগ প্রক্রিয়া
◼️আয়োগে সম্পূৰ্ণ কৰিব ১৩,৭৮৭ চতুৰ্থ বৰ্গৰ পদ পূৰণ
◼️সম্পূৰ্ণ কৰিব ১৩,৫৭২ তৃতীয় বৰ্গৰ পদ পূৰণ প্রক্রিয়া