Israel Palestin war

আমেৰিকাই নিবিচাৰে গাজা যুদ্ধৰ অৱসান

ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্বৰূপ উন্মোচন

নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ ভোটত ভেটো

গাজাত যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ বিৰোধিতা আমেৰিকাৰ

প্ৰস্তাৱৰ সপক্ষে ১২খন দেশৰ ভোট

ভোটত অংশ নল’লে ৰাছিয়াকে ধৰি দুখন দেশে

আমেৰিকাৰ ভেটোৰ বাবেই গৃহীত নহ’ল প্ৰস্তাৱ

ইফালে ইজৰাইলৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে প্ৰতিবাদ

গাজা হাস্পতাল আক্ৰমণৰ পিছতেই বিশ্বজুৰি প্ৰতিক্ৰিয়া

আমেৰিকাৰ কেপিটল হলত ইজৰাইলবিৰোধীৰ প্ৰদৰ্শন

কেপিটল হলত বলপূৰ্বক প্ৰৱেশ শতাধিক প্ৰতিবাদকাৰীৰ