Dibrugarh

আৰক্ষীৰ জিম্মাত চতুৰ্থটো দিন কটালে চুমি-তাৰ্কিকে
অন্ত পৰিব চুমি-তাৰ্কিকৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ
আদালতত হাজিৰ কৰোৱা হ’ব চুমি-তাৰ্কিকক
চুমি-তাৰ্কিকৰ বিৰুদ্ধে উত্থাপিত আৰক্ষীক সহযোগ নকৰাৰ অভিযোগ
খাবলৈ নিবিচাৰে সাধাৰণ হোটেলৰ খাদ্য
দুয়োকে পৃথকে পৃথকে জেৰা চলাইছে আৰক্ষীয়ে
দুয়োৰে ভাষ্যৰ নাই কোনো সংগতি
বহু কোটি টকাৰ সম্পত্তিৰ তথ্য আহি পৰিছে আৰক্ষীৰ হাতত