খালিস্তানী অমৃত পাল সিঙৰ সহযোগীক AMCHত ভৰ্তি! হঠাৎ অসুস্থ হৈ পৰিল ২ খালিস্তানী.......

khalistani

খালিস্তানী অমৃত পাল সিঙৰ সহযোগীক AMCHত ভৰ্তি
কাৰাগাৰত অসুস্থ হৈ পৰিছিল কুলৱন্ত সিং
বহুদিন ধৰি অনশনত আছিল অমৃত পাল সিং আৰু এজন
অনশনৰ বাবে বহুকেইটা ৰোগত আক্ৰান্ত ২ খালিস্তানী
বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি মন্তব্য চিকিৎসকৰ

উল্লেখ্য যে, বিগত বৰ্ষৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পঞ্জাৱত গ্ৰেপ্তাৰ হৈ আছে ৱাৰিছ পাঞ্জাৱ দ্যেৰ প্ৰমুখ্য অমৃত পাল সিং সহ তেওঁ আন ৯ সহযোগী। তাৰ মাজৰে এগৰাকী হৈছে কুলৱন্ত সিং।

Category