বিগত এমাহে কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড়, ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়াও বিচ্ছিন্ন যোগাযোগ....

Dibrugarh flood

বিগত এমাহে কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড়
কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে ডিব্ৰুগড়বাসীক
নালিয়াপুলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে পানী
ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়াও বিচ্ছিন্ন যোগাযোগ


পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
গুৱাহাটীৰ IIT বিশেষজ্ঞৰ দ্বাৰা সমাধানৰ আশ্বাস
নালীয়াপুলত উপস্থিত হৈ আশ্বাস সোণোৱালৰ

উল্লেখযোগ্য যে, প্ৰখৰ ৰদৰ মাজতো ডিব্ৰুগড় নগৰ সুৰক্ষা নলাৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাত নালিয়াপুলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰি আহিছিল পানী। ফলত ডিব্ৰুগড় পৌৰনিগমে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খান্দি দিবলগীয়া হৈছিল। সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথটো বিচ্ছিন্ন যোগাযোগ। 

Category