BMI Test

আজিৰ পৰা পুনৰ অসম আৰক্ষীৰ BMI টেষ্ট
আগষ্টত উত্তীৰ্ণ নোহোৱা আৰক্ষীৰ পুনৰ BMI টেষ্ট
আগষ্টত উত্তীৰ্ণ হোৱা নাছিল ১,৮৮৪ গৰাকী আৰক্ষী
আজিৰে পৰা গুৱাহাটী, শিলচৰ আৰু যোৰহাটত BMI টেষ্ট
৬ জানুৱাৰীলৈ অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নত এই টেষ্ট
গুৱাহাটীত ১১০০ আৰক্ষীয়ে দিব টেষ্ট
শাৰিৰীক গঠনৰ ক্ষেত্ৰত ৩০ শতাংশ নাথাকিলে অনুত্তীৰ্ণ হ’ব BMI টেষ্টত। এই পৰীক্ষাত বিফল হ’লে চাকৰি যোৱাটো প্ৰায় নিশ্চিত বুলি এক বিশেষ সূত্ৰত প্ৰকাশ।