durand cup

আজিৰে পৰা আৰম্ভ এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩। প্ৰথমবাৰৰ বাবে ১৮৮৮ চনতে আৰম্ভ হোৱা ডুৰাণ্ড কাপ হৈছে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিৰ এইবাৰৰ ১৩২তম সংস্কৰণত অংশগ্ৰহণ কৰিব ২৪ টাকৈ দলে।

durand cup