চাৰ্জশ্বীট দাখিলৰ বাবে মাজত মাত্ৰ দুটা দিন! ন্যায় পাব নে সংগীতা–ৱালিউলৰ দ্বাৰা নিৰ্যাতিত শিশুকেইটিয়ে? UB Photos July 02 / 2023 শিশু নিৰ্যাতনৰ জঘন্য ঘটনাই কপাই তুলিছিল সমগ্ৰ ৰাজ্য । ভদ্ৰ মানুহৰ মুখা পিন্ধি শিশু নিৰ্যাতনৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিছিল চিকিৎসক দম্পতী সংগীতা–ৱালিউলে । এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল ৫ মে’তাৰিখে । চিকিৎসক দম্পতীৰ ঘৰত কিদৰে নিৰ্যাতনৰ বলি হৈছিল কণমানি শিশু। Tags UB Photos UB News Assamese News Dr Sangeeta Dutta Dr Waliul Islam Assam Police CMO Assam Child Harassment Read more about চাৰ্জশ্বীট দাখিলৰ বাবে মাজত মাত্ৰ দুটা দিন! ন্যায় পাব নে সংগীতা–ৱালিউলৰ দ্বাৰা নিৰ্যাতিত শিশুকেইটিয়ে?Log in to post comments